Thursday, March 14, 2013

উৰ্মিলা মহন্ত : Urmila Mahanta
















 পুণে ফিল্ম আৰু টেলি ভিচন প্ৰতিস্থানৰ পৰা উত্তীৰ্ণ উৰ্মিলাই বহু নাটক, ছুটি ফিল্ম আৰু টেলিভিচন চিৰিয়েলত অভিনয় কৰে। ২০১২ চনত তেঁও তামিল ছৱি "ৱাঝাকু এন ১৮/৯" ত কৰা অভিনয়ৰ বাবে সমগ্ৰ দেশৰ লগতে বাহিৰতো প্ৰশংসিত হয়।